• Amplification
  • Ass Grammar
  • Literary Criticism
  • Biographies

Rabbi Masrur

দৈনন্দিন জীৱনত বিজ্ঞান | Science in Everyday Life Essay in Assamese

দৈনন্দিন জীৱনত বিজ্ঞান  Science in Everyday Life Essay in Assamese

দৈনন্দিন জীৱনত বিজ্ঞান

আৰম্ভিণি: কোনো বিষয়ৰ ওপৰত শৃঙ্খলাবদ্ধ আৰু বিশ্লেষণাত্মক জ্ঞানেই বিজ্ঞান। আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ নানান আৱিষ্কাৰসমূহে আমাৰ জীৱনটো অধিক নিৰাপদ, সহজ আৰু আৰামদায়ক কৰি তুলিছে।

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান: আজি বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো বিষয় আৰু দিশকেই সাঙুৰি লৈছে, যথা:

প্ৰথমে আমি আমাৰ যোগাযোগ মাধ্যমৰ কথাকেই ক’ব পাৰো । বৰ্তমান যুগত আমাৰ যোগাযোগ ব্যৱস্থাটো ইমানেই উন্নত হৈছে যে ই আমাৰ পৃথিৱীৰ ৰূপটোকে সলনি কৰি দিছে। আগৰ যুগত মানুহে নিজৰ পিঠিত, জন্তুৰ পিঠিত বা ঘোঁৰা-গাড়ী, গৰু-গাড়ী আদিৰ সহায়ত বোজা  কঢ়িয়াইছিল। মানুহেও খোজকাঢ়ি বা জন্তুয়ে টনা গাড়ীত উঠি এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছিল। কিন্তু তাৰ পৰিবৰ্তে আজিকালি আমি মটৰ গীাড়ী, ৰেল গাড়ী, উৰাজাহাজ, ট্ৰাম গাড়ী আদি পাইছো। এই সকলোবোৰ  বিজ্ঞানৰেই অৱদান। এইবোৰৰ  উপৰিও আমি যোগাযোগৰ মাধ্যম হিচাপে  টেলিফোন, মোবাইল ফোন, ৰেডিঅ, টেলিভিচন, কম্পিউটাৰ আদি পাইছো। এইবোৰে আমাৰ যোগাযোগ মাধ্যমবোৰ  দ্ৰুতৰ পৰা দ্ৰুততৰ কৰি পেলাইছে আৰু গোটেই বিশ্বখনক আজি আমি সহজে ঢুকি পোৱা এক গোলকীয় গাঁৱত পৰিণত কৰিছে।

দ্বিতীয়তে, চিকিৎসাৰ জগতখনৰ কথা  ক’ব পাৰি। চিকিৎসাৰ জগতখনত বিজ্ঞানৰ অৱদান ইমান বৃদ্ধি পাইছে যে আজি আৰু কোনো বেমাৰেই দূৰাৰোগ্য হৈ থকা নাই। বিজ্ঞানে সকলো ৰোগৰ প্ৰতিকাৰ সম্ভৱ কৰি তুলিছে। আজি আমাৰ শৰীৰখনক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ এক্সৰে , জেৰক্স , আল্ট্রা-চাউণ্ড আদি নানান যন্ত্ৰ আৰু আহিলা পাইছো। এই সকলোবোৰ  বিজ্ঞানৰে অৱদান।

তৃতীয়তে, বিজ্ঞানে ৰাতিপুৱা শুই উঠাৰ পৰা প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰিছে আৰু আমাৰ জীৱনটোক সহজৰ পৰা সহজতৰ, আৰু আৰামৰ পৰা অধিক আৰামদায়ক কৰি তুলিছে। এক কথাত ক’বলৈ গ’লে  বিজ্ঞান আমাৰ বিশ্বস্ত ভৃত্যত পৰিণত হৈছে।  উদাহৰণ স্বৰুপে  এলাৰ্ম ঘড়ীয়ে আমাক আমাৰ ইচ্ছামতে টোপনিৰ  পৰা জগাইছে,বৈদ্যুতিক আখলে আমাৰ আহাৰ তৈয়াৰ কৰি দিছে, টেলিভিচন, ৰেডিঅ, ইন্টাৰনেট আদিয়ে প্ৰতি মূহুৰ্তৰ বাতৰি মূহুৰ্তত দি আছে।

বিজ্ঞানৰ ব্যৱহাৰে আমাক বিশ্ব-ব্রমাণ্ডৰ ৰহস্য উদ্ঘাটন কৰি আমাৰ কৌতুহল নিবৃত কৰিছে। আনকি বিজ্ঞানৰ সহায়ত বিজ্ঞানিকসকলে মহাকাশলৈ ৰকেট পঠাবলৈয়ো সমথবাৰ্ন হৈছে।

সামৰণি: নিঃসন্দেহে বিজ্ঞানে আমাৰ জীৱন অধিকতৰ আৰামদায়ক কৰিছে। কিন্তু ইয়াৰ বিপৰীতে ই আমাৰ জীৱনলৈ জটিলতা আৰু কৃতিমতাও আনয়ন কৰিছে। অৱশ্যে ইয়াৰ বেয়া দিশেবাৰতকৈ ভাল দিশবোৰ  নিশ্চয় অধিক। 0 0 0

বি. দ্র. উক্ত ‘ দৈনন্দিন জীৱনত বিজ্ঞান | Science in Everyday Life Essay in Assamese ‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘ অসমীয়া ৰচনা শিক্ষা ‘ গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

  • অসমীয়া লেখক পৰিচয়
  • বিশ্ব ব্যক্তি পৰিচয়
  • অসমীয়া ৰচনা শিক্ষা
  • অসমীয়া ভাব সম্প্রসাৰণ
  • এক গুচ্ছ জীৱনী
  • অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  • অসমীয়া অনুবাদত বিশ্ব কবিতা
  • অসমীয়া অনুবাদত বিদেশী কবিতা
  • পৃথিৱীৰ আৰু মোৰ ( কাব্য সংকলন)
  • সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  • মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  • তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  • তোমাকে বলছি (বাংলা কবিতা সংকলন)
  • ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
  • হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  • ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা  
  • ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
  • অসমীয়া উপন্যাস সমালোচনা
  • অসমীয়া চুটি গল্প সমালোচনা
  • মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  • অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  • নির্বাচিত অসমীয়া কবিতা সমালোচনা
  • অসমীয়া ব্যাকৰণ ক অংশ
  • অসমীয়া ব্যাকৰণ খ অংশ
  • নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
  • আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…

Some Important Books for Students:

  • Advertisement Writing
  • Amplification Writing
  • Note Making
  • Paragraph Writing
  • Notice Writing
  • Passage Comprehension
  • The Art of Poster Writing
  • The Art of Letter Writing
  • Report Writing
  • Story Writing
  • Substance Writing
  • School Essays Part-I
  • School Essays Part-II
  • School English Grammar Part-I
  • School English Grammar Part-II ..

অতিৰিক্ত অনুসন্ধান:

  • সাহিত্য সমালোচনা
  • অসমীয়া কবিতাৰ ইতিহাস
  • অসমীয়া সাহিত্য
  • হীৰেন ভট্টাচার্য 

RELATED ARTICLES MORE FROM AUTHOR

বাতৰি কাকত | batari kakat | newspaper essay in assamese, পৰিবেশ প্ৰদূষণ ৰচনা | paribesh produkhan, অসমৰ ক্রীড়া জগত অথবা অসমত খেল ধেমালিৰ পৰিৱেশ | asomor krira jagat essay in assamese, leave a reply cancel reply.

Save my name, email, and website in this browser for the next time I comment.

EVEN MORE NEWS

অসমৰ ক্রীড়া জগত অথবা অসমত খেল ধেমালিৰ পৰিৱেশ | asomor krira..., popular category.

  • Literary Criticism 167
  • Biographies 108
  • Amplification 68
  • Privacy Policy

Logo

  • লোকসভা ২০২৪
  • আন্তঃৰাষ্ট্ৰীয়
  • অলিম্পিক, ২০২৪

Essay on Science in Assamese -বিজ্ঞানৰ অৱদানৰ ৰচনা

আজিৰ যুগ বিজ্ঞানৰ যুগ। বিজ্ঞান অবিহনে এতিয়া আমি জীৱন ধাৰণৰ কথা কল্পনাই কৰিব নোৱাৰো। জল-স্থল, আকাশ-বতাহ সকলোতে আজি কেৱল বিজ্ঞানৰে ৰাজত্ব। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি সকলো অন্ধ।মানুহ প্ৰকৃতিৰ দাস। কিন্তু বিজ্ঞানে আজি প্ৰকৃতিকহে মানুহৰ দাসৰ দৰে কৰি পেলাইছে ।

অতীজত মানুহে হাবি-বননি,পৰ্বতৰ গুহাত বাস কৰিছিল। তেওঁলোকে চিকাৰ কৰি কেঁচা মঙহ ভক্ষণ কৰিছিল। লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি ব্যৱহাৰ কৰিবলৈ শিকিলে, ঘৰ বান্ধিবলৈ শিকিলে, খেতি-বাতি কৰিব জনা হ'ল।বিজ্ঞানে গোটেই পৃথিৱীখনক এখন ক্ষুদ্র গাঁৱলৈ ৰূপান্তৰিত কৰিছে। বিশ্বৰ যি কোনাে প্রান্ততে ঘটা ঘটনা গম পাবলৈ এতিয়া আমাক বেছি সময় নালাগে। বিজ্ঞানে আমাক সকলো দিছে। ছপাশাল, ৰেল-ইঞ্জিন, মটৰগাড়ী, ৰেডিঅ’, টেলিভিচন, বিজুলী বাতি আদিৰ আৱিষ্কাৰে সকলো কাম-কাজেই সহজ কৰি পেলালে। খ্রীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষৰ পৰা উনবিংশ শতিকাৰ আদি ভাগতে বিজ্ঞানৰ বহু ন ন বস্তু আৱিস্কাৰ হৈছিল। এই সময়ছোৱাত বিজ্ঞানে মানৱ জাতিক বহুদূৰ আগুৱাই লৈ গ’ল। সেয়ে এই সময়ছোৱাক বিজ্ঞানৰ সােণালী যুগ বুলি কোৱা হয়। বিজ্ঞানে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস আঁতৰাই সমাজখনক এক নতুন মাত্ৰা দিছে। বিজ্ঞানে গ্রহ-নক্ষত্ৰৰ সন্ধান দিছে। বিজ্ঞানে চিকিৎসাৰ ক্ষেত্ৰতো আমূল পৰিবৰ্তন সাধন কৰিছে। বিজ্ঞানৰ বাবেই মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে। ‘জেনেটিকচ' প্ৰযুক্তি বিদ্যাতো বিজ্ঞানৰ দান অপৰিসীম। ভাৰতীয় বিজ্ঞানী ডঃ হোৰগোবিন্দ খোৰানাই টেষ্ট টিউবৰ ভিতৰতে মানুহ সৃষ্টি বাবে পৰীক্ষা-নিৰিক্ষা চলাইছিল। এই ক্ষেত্ৰত বৰ্তমান বিজ্ঞানী সকলে বহু সফলতা লাভ কৰিছে। মানুহৰ দ্বাৰাই টেষ্ট টিউবৰ ভিতৰতে ভ্ৰুণ সন্তান তৈয়াৰ কৰা সম্ভৱ উঠিছে। কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে নতুনত্ব আনিছে। কম মাটিত অধিক উৎপাদনৰ ব্যৱস্থা সম্ভৱ হৈছে। খেতি- বাতিৰ বাবে বিভিন্ন ধৰণৰ আহিলা-পাতি আৱিষ্কাৰ কৰা হৈছে।

বিজ্ঞানৰ নেতিবাচক দিশ

সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই থাকে। বিজ্ঞানে যিদৰে আমাক সভ্যতাৰ চৰম শিখৰলৈ লৈ গৈছে, আনফালে ই মানৱজাতিৰ ধ্বংসৰ কাৰণ হৈ পৰিছে। পাৰমাণবিক অস্ত্র-শস্ত্র, বােমা-বাৰুদ আদিৰ আৱিষ্কাৰে বিজ্ঞানে মানুহৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিছে। পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ প্রয়ােগে মানুহৰ জীৱন নিমিষতে শেষ কৰি দিব পাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিৰোছিমা আৰু নাগাচাকিত পাৰমাণৱিক বােমা বিস্ফোৰণৰ ফল আজিও সেই ঠাইৰ মানুহে ভূগি আছে।আনহাতে, কীটনাশক দ্রব্য, ৰাসায়নিক সাৰে মাটিৰ উৰ্বৰতা বঢ়াই শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বিপৰীতে মাটিৰ প্রদূষণ কৰি ভৱিষ্যৎ জীৱনলৈ হতাশা কঢ়িয়াই আনিছে। কল কাৰখানাৰ আৱৰ্জনাই বায়ু প্ৰদূষণ কৰিছে। কৃত্রিম উপগ্রহ আৰু ৰকেটৰ ব্যৱহাৰে আমাৰ পৃথিৱীখনক এক ভয়াবহ পৰিস্থিতিলৈ লৈ গৈছে।

সকলোৰে নেতিবাচক দিশটো বাদ দি আমি ইতিবাচক দিশক আঁকোৱালি ল’ব লাগে।বিজ্ঞানৰ ক্ষেত্ৰটো একেই।বিজ্ঞান এটা শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ’ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই।সেয়ে আমি সকলোয়ে মানৱ জাতিৰ কল্যাণৰ বাবে বিজ্ঞানক ব্যৱহাৰ কৰি জাতিটোৰ সমস্যা দূৰ কৰাৰ চেষ্টা কৰিব লাগে।

Related Stories

logo

মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese

মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese

' data-src=

মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese | Manab Sabhyatar Kroma Bikashot Bigyanor obodan Axomiya Rosona

Table of Contents

মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান ৰচনা

মানৱ সমাজৰ বৌদ্ধিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো দিশতে ঘটা উত্তৰণকে চমুকৈ মানৱ সভ্যতাৰ ক্ৰমবিকাশ বুলিব পাৰি। এই ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান অতি গুৰুত্বপূৰ্ণ। বিজ্ঞানৰ আৱিষ্কাৰ সমূহে মানৱ সমাজক সভ্যতাৰ চূড়ান্ত শিখৰত উপনীত কৰাইছে।

সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান

আদিম অৱস্থাৰ পৰা বৰ্তমান অৱস্থালৈকে মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ যিমানবোৰ অৱদান আছে, তাক এখন ৰচনাত লিখি শেষ কৰিব পৰাটো সম্ভৱ নহয়। তাৰে কিছুমান উল্লেখযোগ্য অৱদানৰ বিষয়ে আলোচনা কৰা হৈছে ।

যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদান

বিভিন্ন ধৰণৰ যান-বাহন, ৰেল, জাহাজ, উৰাজাহাজ আদিৰ আৱিষ্কাৰে যাতায়াত ব্যৱস্থাত আমূল পৰিবৰ্তন আনিলে। এই উন্নত মানৰ যাতায়াতৰ মাধ্যম সমূহে গোটেই পৃথিৱীখনকে পৰিভ্ৰমণ কৰাৰ পথ সূচল কৰিলে ।

যোগাযোগৰ ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান যথেষ্ট। টেলিগ্ৰাম, টেলিফোন, ছপাশাল, ৰেডিঅ’, টেলিভিশ্যন আদিৰ উপৰিও বৰ্তমান যুগৰ মোবাইল, কম্পিউটাৰ, ইন্টাৰনেট আদিয়ে মুহুৰ্ততে পৃথিৱীৰ যি কোনো ঠাইৰ মানুহৰ লগত যোগাযোগ সম্ভৱ কৰি তুলিলে।

অৰ্থনৈতিক বিকাশত বিজ্ঞানৰ ভূমিকা

অৰ্থনৈতিক বিকাশৰ ঘাই দিশ সমূহ যেনে- কৃষি, শিল্প, বাণিজ্য আদি সকলো দিশতে বিজ্ঞানৰ অৱদান অপৰিসীম। বিজুলি বাতিৰ আৱিষ্কাৰে কেৱল পৃথিৱীখনকে পোহৰাই তোলা নহয়, অনেক কল কাৰখানা, উদ্যোগ আদি প্ৰতিষ্ঠা কৰাত সহায় কৰিলে। কৃষিৰ ক্ষেত্ৰতো অনেক যন্ত্ৰপাতি, সাৰ, কীটনাশক দ্ৰব্য আদিৰ আৱিষ্কাৰে মানুহৰ কষ্ট লাঘৱ কৰাৰ লগতে উৎপাদন বৃদ্ধিত অৰিহণা যোগাইছে।

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান

উপৰুক্ত অৱদান সমূহৰ বাহিৰেও মানুহৰ দৈনন্দিন জীৱনত ব্যৱহৃত অনেক সা-সামগ্ৰী যেনে- ৰন্ধন গেছ, ৰিফ্ৰিজাৰেটৰ (ফ্ৰিজ), ফেন, হিটাৰ, কাপোৰ ধোৱা মেচিন আদিকে ধৰি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ সময়লৈকে যিমানবোৰ বস্তু ব্যৱহাৰ কৰা হয়, প্ৰায়বোৰেই বিজ্ঞানৰ আৱিষ্কাৰৰ ফল। বিজ্ঞানৰ আৱিষ্কাৰ সমূহে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিলে।

বিজ্ঞানৰ অৱদান সমূহৰ বাবেই মানৱ সমাজ আজিৰ এই অৱস্থাত উপনীত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ সহায়ত মানুহে জল, স্থল, আকাশ, বতাহ সকলোতে আধিপত্য স্থাপন কৰি ইতিহাস সৃষ্টি কৰিছে। শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আদি সকলো দিশতে যি উন্নতি হৈছে, সেয়া কেৱল বিজ্ঞানৰ বলতে হৈছে।

About The Author

' data-src=

Bellal Hossain Mondal

Related posts.

মোৰ জীৱনৰ লক্ষ্য ৰচনা - IPS Officer | My Aim in Life IPS Officer Essay in Assamese

মোৰ জীৱনৰ লক্ষ্য ৰচনা – IPS Officer | My Aim in Life IPS Officer Essay in Assamese

ছাত্ৰ জীৱনৰ কৰ্তব্য ৰচনা | Duties of Student Life Essay in Assamese

ছাত্ৰ জীৱনৰ কৰ্তব্য ৰচনা | Duties of Student Life Essay in Assamese

মোৰ জীৱনৰ লক্ষ্য ৰচনা - সাহিত্যিক | My Aim in Life Literary Essay in Assamese

মোৰ জীৱনৰ লক্ষ্য ৰচনা – সাহিত্যিক | My Aim in Life Literary Essay in Assamese

ছাত্ৰৰ কৰ্তব্য ৰচনা | duties of student assamese essay , leave a comment cancel reply.

You must be logged in to post a comment.

devlibrary.in

Assamese Essay | 100+ অসমীয়া ৰচনা

Assamese Essay | অসমীয়া ৰচনা can be of great value to excel in the examination. AHSEC Guideline gives you a better knowledge of all the Essay. You can get all Essays to Prepare for Class 6 to 12 and Other Competitive Exams at both basic and advanced levels. One of the best ways to your board exams is by practicing Assamese Essay.

These are the general essay topics that are most likely to be asked in the exam. Some of these essay topics are also picked from past year papers. Students of Class 6 to 12 can go through these Essay in Assamese and know the right way of expressing their thoughts to form a perfect essay.

Assamese Essay

Apart from the NCERT/CBSE/SCERT, students of  SEBA , AHSEC , and Competitive Examination can also use these topics to prepare for their exams.

  • Class 6 Assamese Essay
  • Class 7 Assamese Essay
  • Class 8 Assamese Essay
  • Class 9 Assamese Essay
  • Class 10 Assamese Essay
  • Class 11 Assamese Essay
  • Class 12 Assamese Essay
  • Assamese Essay for Assam LP TET
  • Assamese Essay for Assam UP TET
  • Assamese Essay for Assam High School TET
  • Assamese Essay for Assam Higher Secondary TET
  • Assamese Essay for Assam Competitive Examination.

ESSAY TOPIC

  • অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ ৰচনা
  • অসমৰ প্ৰাকৃতিক সৌন্দর্য ৰচনা
  • আজৰি সময় কটোৱাৰ উপায় ৰচনা
  • কলেজীয়া জীৱনৰ অভিজ্ঞতা ৰচনা
  • পুথিভঁৰাল ৰচনা
  • ব্রহ্মপুত্র ৰচনা
  • মােৰ জীৱনৰ লক্ষ্য ৰচনা
  • এৰি অহা দিনবােৰৰ স্মৃতি ৰচনা
  • ছাত্রসমাজৰ শৃংখলাবােধ ৰচনা
  • নিয়মানুবর্তিতা ৰচনা
  • দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনা
  • বৃত্তিমূলক শিক্ষা (কাৰিকৰী শিক্ষা) ৰচনা
  • মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান ৰচনা
  • জাতীয় প্ৰতিৰক্ষা ৰচনা
  • বাধ্যতামূলক সামৰিক শিক্ষা ৰচনা
  • টেলিভিচন ৰচনা
  • কুইজ প্রতিযােগিতা ৰচনা
  • জীৱন – চৰিত পাঠ ৰচনা
  • অনৈক্যৰ মাজত ঐক্য ৰচনা
  • শাৰীৰিক শিক্ষা (শৰীৰ চৰ্চা) ৰচনা
  • জীৱনৰ মূল্যবোধ ৰচনা
  • ভাৰতৰ জাতীয় সংহতি ৰচনা
  • দুর্গা পূজা ৰচনা
  • সুভাষচন্দ্র বসু ৰচনা
  • ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচনা
  • পৰিৱেশ প্ৰদূষণ ৰচনা
  • অধ্যৱসায় ৰচনা
  • মহাত্মা গান্ধী ৰচনা
  • দেশ ভ্রমণ ৰচনা
  • জৱাহৰলাল নেহৰু ৰচনা
  • ক্রীড়াক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি ৰচনা
  • শৈক্ষিক ভ্রমণ ৰচনা
  • মাদাৰ টেৰেছা ৰচনা
  • স্বদেশপ্রেম ৰচনা
  • ড° এ. পি. জে. আব্দুল কালাম ৰচনা
  • অমর্ত্য সেন ৰচনা
  • ইতিহাস বা বুৰঞ্জী অধ্যয়ন ৰচনা
  • নেলছন মেণ্ডেলা ৰচনা
  • পৰিশ্ৰমৰ মর্যাদা ৰচনা
  • শচীন ৰমেশ তেণ্ডুলকাৰ ৰচনা
  • সমাজ সংগঠন ছাত্ৰৰ কর্তব্য ৰচনা
  • প্ৰণৱ মুখার্জী ৰচনা
  • অসমৰ ঔদ্যোগীকৰণ ৰচনা
  • অসমীয়া কৃষকৰ সমস্যা ৰচনা
  • অসমৰ শৰৎকাল ৰচনা
  • কল্যাণকামী গণতান্ত্রিক ৰাষ্ট্র – ভাৰত ৰচনা
  • নলিনীবালা দেৱী ৰচনা
  • ড° ভবেন্দ্ৰনাথ শইকীয়া ৰচনা
  • ড° ভূপেন হাজৰিকা ৰচনা
  • ড° মামণি ৰয়ছম গোস্বামী ৰচনা
  • নির্মলপ্ৰভা বৰদলৈ ৰচনা
  • অসমীয়া লোক-সাহিত্য ৰচনা
  • মে’ দিৱস ৰচনা
  • ছুনামি ৰচনা
  • অলিম্পিক ক্রীড়া সমাৰোহ ৰচনা
  • বিশ্বকাপ ক্রিকেট ৰচনা
  • নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য ৰচনা
  • অৰণ্য আৰু জীৱন ৰচনা
  • অভয়াৰণ্য- ৰাষ্ট্ৰীয় উদ্যান ৰচনা
  • টেষ্ট ক্রিকেট বনাম এদিনীয়া ক্রিকেট ৰচনা
  • বিশ্বকাপ ৰচনা
  • মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচনা
  • বিশ্বকাপ ফুটবল ৰচনা
  • এচিয়ান গেমচ্ ৰচনা
  • গুৰু নানক ৰচনা
  • জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা
  • তোমাৰ জীৱনৰ এটি স্মৰণীয় ঘটনা ৰচনা
  • লক্ষ্মীনাথ বেজবৰুৱা ৰচনা
  • তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনা
  • বৰ্দ্ধিত জনসংখ্যা ৰচনা
  • গ্রন্থমেলা ৰচনা
  • পৰমাণু শক্তি আৰু ভাৰতবৰ্ষ ৰচনা
  • ভাৰতৰ খাদ্য সমস্যা ৰচনা
  • শিশু শ্রমিক ৰচনা
  • ভাৰতৰ নিবনুৱা সমস্যা ৰচনা
  • সর্বশিক্ষা অভিযান ৰচনা
  • ভাৰতৰ জনসংখ্যা ৰচনা
  • বিজ্ঞাপনৰ ভূমিকা ৰচনা
  • যুৱ – উচ্ছৃংখলতা ৰচনা
  • অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ৰচনা
  • নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা
  • পৰীক্ষাৰ আগদিনাখনৰ অভিজ্ঞতা ৰচনা
  • সমবায় আন্দোলন ৰচনা
  • ভাৰতৰ জাতীয় পতাকা ৰচনা
  • ভাৰতীয় বেংক-ব্যৱস্থা ৰচনা
  • ভেট বা সংযোজিত কৰ ৰচনা
  • দুৰ্নীতিৰ কবলত ভাৰতবৰ্ষ ৰচনা
  • অসমৰ পৰিবহণ ব্যৱস্থা ৰচনা
  • সন্ত্রাসবাদ ৰচনা
  • এইড্‌ছঃ এক ভয়াৱহ ব্যাধি ৰচনা
  • নৈতিক মূল্যবোধ ৰচনা
  • ড্ৰাগছ – এক সামাজিক সমস্যা ৰচনা
  • ৰেগিং – এক সামাজিক ব্যাধি ৰচনা
  • নিৰক্ষৰতা দূৰীকৰণ ৰচনা
  • ৰে’ল ভ্ৰমণৰ অভিজ্ঞতা ৰচনা
  • বন্যপ্রাণী সংৰক্ষণ ৰচনা
  • পালছ পোলিঅ’ টীকাকৰণ ৰচনা
  • প্রাথমিক স্তৰত ইংৰাজী শিক্ষা ৰচনা
  • ছোৱাইন ফ্লু ৰচনা
  • আর্থিক সকাহৰ অন্য নাম – আত্মসহায়ক গোট ৰচনা
  • বার্ড ফ্লু ৰচনা
  • প্রতিবন্ধীসকলৰ প্ৰতি সামাজিক কর্তব্য ৰচনা
  • মহিলাৰ অধিকাৰ ৰচনা
  • মহিলা সশক্তিকৰণ ৰচনা
  • ভাৰতত মহিলা শিক্ষা ৰচনা
  • বিজ্ঞান আৰু প্ৰযুক্তি ৰচনা
  • প্লাষ্টিক প্ৰদূষণ ৰচনা
  • পানীৰ গুৰুত্ব ৰচনা
  • মানৱ অধিকাৰ ৰচনা
  • মৌলিক অধিকাৰ ৰচনা
  • স্বাধীনতা ৰচনা
  • শীতকাল ৰচনা
  • পানী প্ৰদূষণ ৰচনা
  • বৈচিত্ৰ্যৰ মাজত একতা ৰচনা
  • গ্ৰীষ্মকাল ৰচনা
  • শিক্ষাৰ্থী আৰু ৰাজনীতি ৰচনা
  • বসন্ত কাল ৰচনা
  • মাটি প্ৰদূষণ ৰচনা
  • পঢ়াটো ভাল অভ্যাস ৰচনা
  • বৰষুণৰ বতৰ ৰচনা
  • সময়ানুৱৰ্তীতা ৰচনা
  • শব্দ প্ৰদূষণ ৰচনা
  • বাতৰি কাকত ৰচনা
  • ভূমিস্খলন ৰচনা
  • গছৰ গুৰুত্ব ৰচনা
  • শিক্ষাৰ গুৰুত্ব ৰচনা
  • স্বাস্থ্য আৰু সুস্থতা ৰচনা
  • যোগাযোগৰ গুৰুত্ব ৰচনা
  • গোলকীয় উষ্ণতা ৰচনা
  • বন্ধুত্ব ৰচনা
  • বানপানী ৰচনা
  • ভূমিকম্প ৰচনা
  • বনধ্বংস ৰচনা
  • শিক্ষাৰ্থীসকলৰ কৰ্তব্য ৰচনা
  • অনুশাসন ৰচনা
  • জলবায়ু পৰিৱৰ্তন ৰচনা
  • শৰৎ কাল ৰচনা
  • বায়ু প্ৰদূষণ ৰচনা

Dev_kirtonia

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

Related Posts

শাৰীৰিক আৰু মানসিক বাধাগ্ৰস্ততা নেওচি জীৱনৰ জয়গান

শাৰীৰিক আৰু মানসিক বাধাগ্ৰস্ততা নেওচি জীৱনৰ…

Read More »

বিহু ৰচনা

বিহু ৰচনা | Bihu Essay Class…

অসমৰ কুটীৰ-শিল্প ৰচনা

অসমৰ কুটীৰ-শিল্প ৰচনা | Cottage Art…

বায়ু প্ৰদূষণ - Air Pollution

বায়ু প্ৰদূষণ ৰচনা | Air Pollution…

শৰৎ কাল ৰচনা Autumn Season Essay in Assamese

শৰৎ কাল ৰচনা | Autumn Season…

জলবায়ু পৰিৱৰ্তন ৰচনা Climate Change in Assamese

জলবায়ু পৰিৱৰ্তন ৰচনা | Climate Change…

3 thoughts on “Assamese Essay | 100+ অসমীয়া ৰচনা”

' data-src=

Hs 2nd year rosona book

' data-src=

Can you make one on assamese book essay in assamese

' data-src=

Leave a Comment Cancel Reply

Your email address will not be published. Required fields are marked *

  • Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

অসমীয়া ৰচনা

November 30, 2021 by Souvik Leave a Comment

অসমীয়া ৰচনা || Assamese Essay Section

অসমীয়া ৰচনা /Assamstudyhub.com

1. মই ভালপোৱা এখন গ্ৰন্থ ৷ ৷ My Favorite Book

2. অসমৰ প্ৰাকৃতিক সম্পদ ।। Natural Resources of Assam

3. স্বাধীনতা দিৱস ।। Independence Day

4. চুকাফা দিৱস || Sukafa Divas || Asom Divas|| অসম দিৱস

5. মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

6. গণৰাজ্য দিৱস || Republic Day || 26 January 2022

7. Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

8. নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose

9. চিপকো আন্দোলন ।। Chipko movement 26 March 

10. Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

11. লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese

12 . বিশ্ব শিশু দিৱস ।। শিশু দিৱস কিয় পালন কৰা হয়

13. পুথিভঁৰাল | | অসমীয়া ৰচনা

14. ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা

15. ভূপেন হাজৰিকা ৰচনা | | Bhupen Hazarika Essay in Assamese

16 . ড°এ.পি.জে.আব্দুল কালামৰ বিষয়ে ৰচনা || Essay on Dr. A.P.J Abdul kalam in Assames e

17 . মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese     

18 . অসমৰ বানপানী, ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ || Flood in Assam, Causes and Remedies Essay in Assamese

19 . লক্ষ্মীনাথ বেজবৰুৱা || Lakshminath Bezbaroa Essay in Assamese

20. অসমৰ জাতীয় উৎসৱ বিহু 

21. Mother Teresa Essay in Assamese || মাদাৰ টেৰেছা

22. ১৫০ মহৎ লোকৰ বাণী || Famous Quotes by Great People

23. মোৰ প্ৰিয় খেল || My Favorite Game Essay in Assamese

24. বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে ৰচনা || Essay on Bishnu Prasad Rabha

25 . অসমৰ নিবনুৱা সমস্যা || Unemployment Problem in Assam essay in Assamese – click here

26. Sri Sri Madhavdeva || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা – click here

27. স্বাধীনতা দিৱসৰ বিষয়ে বক্তৃতা ।। Independent Day speech in Assamese – click here

28. চন্দ্ৰয়ান-৩ বিষয়ে ৰচনা ।। Chandrayaan 3 Essay in Assamese – click here

29. পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ – click here

30. ৰামানুজনৰ ওপৰত ৫০০+ শব্দৰ ৰচনা – click here

31. দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here

32. কনকলতা বৰুৱা || Essay on Kanaklata Barua in Assamese – click here

33. নৱকান্ত বৰুৱা || Nabakanta Barua Essay in Assamese   – click here

34. মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ || Alcohol and it’s Impact of on Society – click here

Share this:

Reader interactions, leave a reply cancel reply.

Your email address will not be published. Required fields are marked *

Save my name, email, and website in this browser for the next time I comment.

  • Privacy Policy
  • Terms & Conditions

AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

English Aspirants

Paragraph on ‘Science in Daily Life’ | 100, 150, 200, 250 Words

Paragraph on science in daily life: A modern man can’t even think of a life without science. Without science our life is unimaginable. In this article, you are going to learn how to write a paragraph on science in daily life in English. We’ve provided here 4 paragraphs on this topic (100, 150, 200, and 250 words). All the paragraphs will be helpful for students of all classes. So, let’s begin.

Table of Contents

Paragraph on Science in Daily Life: 100 Words

Science is the greatest gift to mankind. Our daily life is very much dependent on science. From morning to night, science plays an important role in our daily life. Science has given us Television, radio, mobile phone, computers, laptops, internet.

Electrical appliances like Fans, Lights, Washing machines, refrigerators, geysers, Irons, heaters etc. add extra comfort to our life.

Now, with the help of advanced medical science, it is possible to treat many fatal diseases. Science has made traveling more enjoyable. Bus, Train, Car, Auto rickshaw, Motorcycle all are the gift of science. We can’t imagine living without science even for a moment.

Paragraph on Science in Daily Life: 100 Words

Paragraph on Science in Daily Life: 150 Words

Science is a great aid to modern life. A modern man lives on the lap of science. This is his help-mate and companion in his daily life. The numerous gifts of science bless him from the early morning till the late night.

He begins his morning with the alarm clock, the toothbrush, the tap water, the cup of tea and the newspaper. They are all the results of the great inventions of science.

Again, his dress, vehicles, telephone and cooking appliances are all operated by science. When he feels sick, the wonderful drugs of science relieve him. When he feels tired, radio, cinema and television cheer him up. These are all mighty creations of science. Modern life is impossible without them.

Science in Everyday Life Paragraph

Also Read: Essay on Wonders of Science

Science in Everyday Life Paragraph: 200 Words

We have been really living in the age of science and technology. Many scientific inventions wonder us in the modern ape and we get the benefit and advantage of it at every step of our daily life. Thus it has made our life easy and comfortable. We wake up in the morning by the sweet sound of an alarming clock. The cheering thin that we drink in the morning is tea and it is the contribution of science. We clean our teeth with brush and paste and those keep our teeth free from germs.

The daily newspaper satisfies our hunger for information of the whole world and that is the product of science. So are the books that give us the power of knowledge. Electricity is one of the invaluable gifts of science. We get light and enjoy fans. TVs, radios, refrigerators, washing machines, heaters, etc. make our life enjoyable and comfortable.

The Discovery of medicines by science cures many deadly diseases. In the field of surgery also science has wonderful contribution. Trains, buses, and planes save our valuable time. They have made our life faster. Paper, pen, ink- all these things of our everyday life we owe to science. Communication has become extremely easy after the invention of computers and mobiles.

Also Read: Paragraph on My Aim in Life

Essay on Science in Everyday Life: 250 Words

Science plays an important part in our daily life. The first thing that cheers us in the morning every day is tea, and it is science that has given us this stimulating drink.

Then comes the newspaper to satisfy our hunger for information, and it is also a product of science. The items of news are gathered from all over the world through scientific processes such as telex, fax, and e-mails. They are then printed on a mass scale in printing presses. The paper on which these are printed are produced from pulps by science.

So are books, which are the sources of knowledge. Then come meals, all materials of which are the products of agricultural science. They are made available to us through trains, trucks and ships which are all great scientific inventions.

The clothes we wear, waterproof that shields us from rain, shoes that protect our feet areal manufactured by machines invented by the power of science. The transport we use – buses, trams, trains, cars or cycles all are the blessings of science.

On returning home, we relax in front of TV and radio and sometimes we go to the cinema. There are electric lights, fans, cookers, refrigerators to make home life enjoyable and comfortable. Telephones and e-mails establish instant communication with our near and dear ones.

We have now good medicines for many diseases which were fatal only a few years back. Thanks to science for giving us all these to make our life comfortable.

Paragraph on Science in Everyday/Daily Life: 300 Words

More Important Paragraphs: 1. Paragraph on Early Rising 2. Paragraph on My Best Friend 3. Paragraph on Discipline 4.  My School Paragraph in English

Related Posts

paragraph on apj abdul kalam in english

Paragraph on APJ Abdul Kalam [100, 150, 200, 250 Words]

Paragraph on My Family

Paragraph on My Family in English [100, 150, 200, 250 Words]

Paragraph on My Likes and Dislikes

Paragraph on My Likes and Dislikes | 100, 200, 400 Words

Paragraph on Mother Teresa

Paragraph on Mother Teresa in English [100, 150, 200 Words]

11 thoughts on “paragraph on ‘science in daily life’ | 100, 150, 200, 250 words”.

science in everyday life essay in assamese

Nice Paragraphs.

science in everyday life essay in assamese

Thank You Zakir Hossain

science in everyday life essay in assamese

Greetings! Very useful advice within this article! It is the little changes that produce the largest changes. Thanks for sharing!

science in everyday life essay in assamese

It’s an amazing piece of writing in support of all the online users; they will get advantage from it I am sure.

science in everyday life essay in assamese

I was suggested this blog via my cousin. I am no longercertain whether or not this post is written by him as no one else know suchdistinct about my trouble. You are amazing!Thank you!My blog; adult acne treatment

science in everyday life essay in assamese

you customize it your self? Either way stay up the nice quality writing, it as uncommon to see a great blog like this

science in everyday life essay in assamese

There is certainly a lot to know about this topic. I love all of the points you’ve made.

science in everyday life essay in assamese

Really enjoyed this blog article.Thanks Again. Cool.

science in everyday life essay in assamese

Thanks for sharing, this is a fantastic blog post. Want more.

science in everyday life essay in assamese

Thanks so much for the post.Really thank you! Really Great.

science in everyday life essay in assamese

Thanks for the post.Thanks Again. Really Great.

Leave a Comment Cancel Reply

Your email address will not be published. Required fields are marked *

Save my name, email, and website in this browser for the next time I comment.

  • Ass Grammar
  • Privacy Policy

Sri Sankardev Essay

Table of Contents

Sri Sankardev, also known as Srimanta Sankardeva, stands as a remarkable figure deeply immersed in spirituality and culture. He played a pivotal role in establishing the Neo-Vaishnavite faith and made enduring contributions to Assamese culture.

Also, Read Here :

  • Essay on Mobile Phones
  • Science in Everyday Life Essay
  • The Bihu Essay
  • Mahatma Gandhi Essay

Born in 1449 in what is now Assam, India, his life was characterized by a profound spiritual journey, artistic brilliance, and a strong commitment to fostering social and religious change.

Birth and Parentage:

Sri Sankardev took his first breath in the serene village of Alipukhuri in the North Kamrup region of Assam. His parents, Kusumvar Bhuyan and Satyasandhya, were devout Hindus. His father, a respected Brahmin scholar, and his mother, known for her piety and wisdom, played a crucial role in shaping Sankardev’s spiritual and intellectual path. Growing up in a nurturing and religious environment laid the foundation for his future contributions.

Under the guidance of his father and other learned scholars of his time, Sankardev received his early education. Displaying exceptional intellect and a natural inclination toward religious and philosophical matters, he mastered the Vedas and classical scriptures at a young age. His education extended beyond traditional religious teachings, encompassing various art forms such as music, dance, and drama. This comprehensive education became the cornerstone of his efforts to promote a harmonious blend of spirituality and culture.

Pilgrimage and Preaching:

A transformative pilgrimage to Puri in Odisha marked a turning point in Sankardev’s life. Profound spiritual experiences during this journey inspired him to embark on a mission of religious and social reform. Recognizing the need to rekindle and reinterpret Vaishnavism, he emphasized devotion to Lord Krishna in his teachings. Stressing the importance of devotion, simplicity, and a personal connection with God, Sankardev’s teachings resonated with the masses.

Upon returning to Assam, Sankardev initiated his mission by composing devotional songs and creating a new form of devotional drama known as “Ankia Naat.” These cultural expressions became powerful tools for conveying spiritual messages to people in an accessible and engaging manner. He also established monastic orders called “satras” to spread his teachings and serve as centers of learning and cultural preservation. Sri Sankardev Essay

Contribution to Assamese Culture:

Sankardev’s contributions to Assamese culture are immeasurable. He enriched Assamese literature with his devotional and philosophical works. His songs and poetry, collectively known as “Borgeets,” continue to be an integral part of Assamese cultural and religious heritage. The “Ankia Naat” plays, frequently performed during religious festivals, combine music, dance, and storytelling, remaining a cherished form of traditional Assamese theater.

Sankardev’s impact extended beyond the religious and cultural spheres. Diligently working to bridge societal divides, he advocated for social harmony and inclusiveness. His teachings transcended caste and creed, promoting unity and devotion as the ultimate paths to salvation. Sri Sankardev Essay

Conclusion:

Sri Sankardev’s life and teachings serve as a perennial source of inspiration and guidance, not only in Assam but also across the Indian subcontinent. He laid the groundwork for the Neo-Vaishnavism , emphasizing devotion, cultural richness, and social cohesion. His enduring legacy lives on through the cultural and religious expressions he nurtured, leaving a profound impact on Assamese society. Sri Sankardev’s life is a testament to the transformative power of spirituality, art, and social reform, rendering him a revered figure in the history of Assam and India as a whole. Sri Sankardev Ess

RELATED ARTICLES MORE FROM AUTHOR

 width=

Grams per Milliliter: Understanding Density and Its Measurement

 width=

Multiculturalism in Modern American Poetry

 width=

Transformation of Poetry in the Digital Era

Hello dear, can we exchange backlinks of our websites with each other. Please reply if you are interested. I also have an education website, so there will be no problem in exchanging backlinks and Google will index our backlink quickly and our website will also rank.

LEAVE A REPLY Cancel reply

Save my name, email, and website in this browser for the next time I comment.

Stay Conneted With Us

Latest posts.

 width=

ধেমাজী জিলা: প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐতিহ্যৰ সমাহাৰ

 width=

ডিব্ৰুগড় জিলা: অসমৰ এক গুৰুত্বপূৰ্ণ অঞ্চল

 width=

শিৱসাগৰ জিলা: আহোম ৰাজ্যৰ ইতিহাস আৰু সংস্কৃতিৰ সমাহাৰ 2024

 width=

চৰাইদেও জিলা: ইতিহাস আৰু সংস্কৃতিৰ এক মণিকাঞ্চন 2024

 width=

মেঘালয়ত তীৰ ফলাফল কি? সবিশেষ জানিবলৈ পৰিপূৰ্ণ লেখ

Even more news.

 width=

POPULAR CATEGORY

  • Ass Grammar 52
  • সংস্কৃতি 18
  • PRIVACY POLICY

Daily Assam

Daily Assam

  • _Environment
  • _Anthropology
  • _Political Science
  • _H and S.Sciences-II
  • _Philosophy
  • SCERT Assam
  • _Class 8 Solutions
  • _Class 7 Solutions
  • _Class 6 Solutions
  • _Class 5 Solutions
  • _Class 4 Solutions
  • _Class 3 Solutions
  • _Class 2 Solutions
  • _Class 1 Solutions
  • _Class 8 শংকৰদেৱ
  • _Class 7 শংকৰদেৱ
  • _Class 6 শংকৰদেৱ
  • _Class 5 শংকৰদেৱ
  • _Class 4 শংকৰদেৱ
  • _Class 3 শংকৰদেৱ
  • _Class 2 শংকৰদেৱ
  • _Class 1 শংকৰদেৱ
  • Jatiya Bidyalay
  • _Class 8 AJB (Solutions)
  • _Class 7 AJB (Solutions)
  • _Class 6 AJB (Solutions)
  • _Class 5 AJB (Solutions)
  • _Class 4 AJB (Solutions)
  • _Class 3 AJB (Solutions)
  • _Class 2 AJB (Solutions)
  • _Class 1 AJB (Solutions)
  • _Class 12 (Solution)
  • __English Medium
  • __Hindi Medium
  • __Bengali Medium
  • _Class 11 (Solution)
  • _Class 10 (Solutions)
  • _Class 9 (Solutions)
  • _Class 8 (Solutions)
  • _Class 7 (Solutions)
  • _Class 6 (Solutions)
  • _Class 5 (Solutions)
  • _Class 4 (Solutions)
  • _Class 3 (Solutions)
  • _Class 2 (Solutions)
  • _Class 1 (Solutions)
  • _Class 3 (Solution)
  • _Class 2 (Solution)
  • _Class 1 (Solution)

science in everyday life essay in assamese

  • Subject Assamese English Social Science Science Mathematics Education Anthropology Economics Geography History Hindi Political Science Philosophy Sociology Sanskrit
  • Others অসমৰ দিৱসসমূহ অসমীয়া কিতাপ অসমৰ জিলাসমূহ সমাৰ্থক শব্দ বিপৰীত শব্দ Assamese People অসমৰ ধানৰ প্ৰজাতি অসমৰ জনপ্ৰিয় লোক অসমীয়া কাহিনী ভাৰতবৰ্ষৰ প্ৰৱিত্ৰ তীৰ্থস্থান অসমীয়া শব্দ বাক্য় ৰচনা অসমৰ উদ্ভিদ গণিতৰ সূত্ৰাৱলী অসমীয়া সঁজুলি বিপৰীত শব্দ অসমৰ জিলাসমূহ অসমীয়া ব্যাকৰণ বিশেষ্যৰ পৰা বিশেষণলৈ এটা শব্দত প্ৰকাশ কৰা অসমীয়া ৰচনা মহান লোকৰ বাণী অসমীয়া নেওঁতা অসমীয়া পঞ্জিকা অসমীয়া দৰখাস্ত অসমৰ চৰাই অসমীয়া কবিতা Assam festival সহজ লভ্য বন দৰবৰ গুণ জনপ্ৰীয় গীত Computer Painting Assam Historical Tools
  • District Morigaon Baksa Nagaon Barpeta Biswanath Bongaigaon Cachar Charaideo Chirang Darrang Dhemaji Dhubri Dibrugarh Dima Hasao Goalpara Golaghat Hailakandi Hojai Jorhat Kamrup Metropolitan Kamrup East Karbi Anglong West Karbi Anglong Karimganj Kokrajhar Lakhimpur Majuli Nagaon Nalbari Sivasagar Sonitpur South Salmara-Mankachar Tinsukia Udalguri West Karbi Anglong
  • BA KKHSOU Assamese English Social Science Science Mathematics Education Anthropology Economics Geography History Hindi Political Science Philosophy Sociology Sanskrit
  • DU Assamese English Social Science Science Mathematics Education Anthropology Economics Geography History Hindi Political Science Philosophy Sociology Sanskrit

দৈনন্দিন জীৱনৰ বিজ্ঞানৰ প্ৰভাৱ অসমীয়া ৰচনা | The Impact of Science on Everyday life Assamese Essay In 1500 Words |

  দৈনন্দিন জীৱনৰ বিজ্ঞানৰ প্ৰভাৱ

Puspa Kakati

Puspa Kakati

You may like these posts.

puspa

UPLOAD QUESTION PAPER Earn Money

Mukhya mantrir nijut moina scheme, all subject solutions, b.com eng medium / ass medium, hs arts solution ( একাদশ/দ্বাদশ শ্ৰেণী ), hs commerce solutions (বানিজ্য), hs science solutions (বিজ্ঞান), seba board solutions (নৱম আৰু দশম), scert assam solutions (চৰকাৰী বিদ্যালয়), sankardev school solutions, assam jatiya bidyalay, ncert all solutions, আমাৰ অসম, social plugin.

facebook

Menu Footer Widget

Contact form.

Write a short essay $$150-200$$ words science in everyday life

Science in everyday life science has influenced each and every aspect of man’s life. wonders of science are uncountable. machines and gadgets invented and made with the help of science are ubiquitous. there is not a single moment in man’s life that is without machines and gadgets. can man imagine living without science even for a moment the truth is no machines, gadgets, vehicles, smart-phones, tabs, laptops, ac, blower, geyser, and whatnot, science makes man’s life convenient, comfortable, and comfortable. computers, the internet, it revolution, e-governance, smart-cities, smart-classes, digitization of the economy, advanced medication, online learning, acs, heaters, tvs, comfortable cars, buses, trains, aeroplanes, and many more, all are gifts of science to mankind. science is helping man unravel the mysteries of the universe. science is helping man find a cure for deadly diseases. science has the potential to solve all of man’s problems and challenges provided it is put to the right use. but this potential is not being explored. man is busy misusing science. for example, our planet earth has so much uranium, thorium, plutonium, etc. that if used optimally, abundant power can be generated for all the people living in all the countries of the planet. all the problems pertaining to pollution, environmental degradation, etc. can be solved using science. all the cities of the world can be converted into smart cities using science; all the vehicles that emit toxic gases can be converted into zero-emission vehicles using science; all the sewage, garbage, effluents, toxic fumes coming out of chimneys can be turned into non-polluting substances using science. however, this is being done only in the most advanced countries of the world. man should use science only for the welfare of mankind..

COMMENTS

  1. দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা

    দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা | বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ ফলত নিতৌ নতুন নতুন বস্তুৰ উদ্ভাৱন হৈছে, যিবোৰ আমাৰ দৈনন্দিন জীৱন যাপনৰ ...

  2. Science in Everyday Life Essay

    This essay will delve into various examples illustrating how science affects our everyday life, ranging from technological advancements to health and education, emphasizing the pivotal importance of science in our contemporary world. How Science Affects Our Everyday Life: Technology at Home: In the comfort of our homes, science is omnipresent.

  3. দৈনন্দিন জীৱনত বিজ্ঞান

    বি. দ্র. উক্ত ' দৈনন্দিন জীৱনত বিজ্ঞান | Science in Everyday Life Essay in Assamese ' ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ' অসমীয়া ৰচনা শিক্ষা ' গ্রন্থৰ অন্তর্গত।

  4. দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনা

    Read Also: মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese বিজ্ঞানৰ অৱদান. মানুহৰ দৈনন্দিন জীৱনৰ কৰ্ম-প্রণালী আৰু জীৱন-যাত্রা ...

  5. দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese

    দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science In Everyday Life Essay In Assamese; দৈনন্দিন জীৱনত বিজ্ঞানৰ কুফল ; দৈনন্দিন জীৱনত বিজ্ঞানৰ সুফল

  6. দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ অসমীয়া ৰচনা

    Home Assamese Essay দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ অসমীয়া ৰচনা ... The impact of science on everyday life Essay In 1500 Words | দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ . Tags: Assamese Essay. Facebook; Twitter; Newer.

  7. Essay on Science in Assamese -বিজ্ঞানৰ অৱদানৰ ৰচনা

    Assamese Essay: শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী. বিজ্ঞানৰ অৱদান. আজিৰ যুগ বিজ্ঞানৰ যুগ। বিজ্ঞান অবিহনে এতিয়া আমি জীৱন ধাৰণৰ কথা কল্পনাই কৰিব ...

  8. বিজ্ঞান আৰু প্ৰযুক্তি ৰচনা

    SEBA Social Science Class 6 to 10 Combo Pack (English and Assamese) Vidhan Sabha Election Process Essay in Assamese | বিধান সভাৰ নিৰ্বাচন প্ৰক্ৰিয়া Lok Sabha Elections Process Essay in Assamese | লোকসভা নিৰ্বাচন প্ৰক্ৰিয়া

  9. মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান

    মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান | Assamese Essay Science in everyday life | 2022-23 | অসমীয়া ...

  10. Science in daily life assamese / Bigyanor obodan essay ...

    Science in daily life assamese / Bigyanor obodan essay / বিজ্ঞানৰ অৱদান / দৈনন্দিন জীৱনত বিজ্ঞানMor priyo granthahttps://youtu.be ...

  11. মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান ৰচনা

    দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা | Science in Everyday Life Essay in Assamese. Leave a Comment Cancel Reply. You must be logged in to post a comment. Recent Posts. এখন চিঠি | Chapter 16 | Class 11 Assamese (MIL) - AHSEC;

  12. Science in Everyday Life Essay in Assamese

    Science in Everyday Life Essay in Assamese | দৈনন্দিন জীৱনত বিজ্ঞান | Essay on Science in AssameseYour Queries:-Science in Everyday Life Essay in Assamese ...

  13. Assamese Essay

    Assamese Essay | অসমীয়া ৰচনা, Students of Class 6 to 12 and Assam TET and Competitive Examination can go through these Essay in Assamese. ... NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more. ... Quotes on Life (7 ...

  14. Essay on Science in Assamese

    Essay on Science in Assamese | বিজ্ঞানৰ অৱদানৰ ৰচনা | Science and Technology Essay in AssameseYour Queries:-Essay on Science in Assamese ...

  15. অসমীয়া ৰচনা

    অসমীয়া ৰচনা Assamese Essay; 1. মই ভালপোৱা এখন গ্ৰন্থ ৷ ৷ My Favorite Book2. ... Science in Everyday Life Essay in Assamese - click here. 32. ... General Science Questions & Answers in Assamese for Competitive Exams July 5, 2024; English Grammar MOCK Test Part- 10 ( Preposition ...

  16. Village Life in Assam

    It offers a unique experience coveted by many city dwellers. Village life in Assam imparts valuable lessons about the significance of simplicity, community, and a profound connection with nature. It's a place where the heart finds tranquility, and the soul discovers a true sense of belonging. You May Like: Science in Everyday Life Essay

  17. Paragraph on 'Science in Daily Life'

    Essay on Science in Everyday Life: 250 Words. Science plays an important part in our daily life. The first thing that cheers us in the morning every day is tea, and it is science that has given us this stimulating drink. Then comes the newspaper to satisfy our hunger for information, and it is also a product of science. The items of news are ...

  18. মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান

    মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান | Assamese Essay writing Science in everyday life 2022-23 | অসমীয়া ৰচনা @PolakhChangmai Assamese ...

  19. Sri Sankardev Essay

    Essay on Mobile Phones; Science in Everyday Life Essay; The Bihu Essay; Mahatma Gandhi Essay; Born in 1449 in what is now Assam, India, his life was characterized by a profound spiritual journey, artistic brilliance, and a strong commitment to fostering social and religious change. Birth and Parentage:

  20. দৈনন্দিন জীৱনৰ বিজ্ঞানৰ প্ৰভাৱ অসমীয়া ৰচনা

    Assamese English Social Science Science Mathematics Education Anthropology Economics Geography History Hindi Political Science Philosophy Sociology Sanskrit Home Assamese Essay দৈনন্দিন জীৱনৰ বিজ্ঞানৰ প্ৰভাৱ অসমীয়া ৰচনা | The Impact of Science on Everyday life Assamese ...

  21. মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান

    মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান - Science in everyday life Assamese Essay For SECRET, SEBA and AHSEC Medium Students. Here You can Find your Essay topic ...

  22. Essay on Science in Everyday Life in English

    500 Words Essay On Science in Everyday Life. Science is a big blessing to humanity. Furthermore, science, in spite of some of its negativities, makes lives better for people by removing ignorance, suffering and hardship. Let us take a look at the impact of science in our lives with this essay on science in everyday life.

  23. Write a short essay 150-200 words science in everyday life

    Write a short essay. 150. −. 200. words science in everyday life. Science has influenced each and every aspect of man's life. Wonders of science are uncountable. Machines and gadgets invented and made with the help of science are ubiquitous. There is not a single moment in man's life that is without machines and gadgets.